অসম চৰকাৰে ৰাজ্যখনত গণতান্ত্ৰিকভাৱে শক্তিৰ বিকেন্দ্ৰীকৰণ কৰি অনুসূচীত জাতি সম্প্ৰদায়ক চি.এছ.পি. আঁচনিসমূহৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা পৰিকল্পনা, নিৰীক্ষণ আৰু কাৰ্যকৰীকৰণত অংশীদাৰিত্বৰ দ্বাৰা শক্তিমন্ত হৈ অনুসূচীত জনজাতিৰ উন্নয়ন ত্বৰান্বিত কৰি উন্নতিৰ জখলাত বগাবলৈ ৰাষ্ট্ৰীয় পৰিষদ, স্বায়ত্ত শাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ ৰাজ্যৰ বিভিন্ন অনুসূচীত জনজাতিৰ মাজত গঠন কৰি দিবলৈ বিভিন্ন পদক্ষেপ লৈছে।
অসম চৰকাৰে গঠন কৰি দিয়া বিভিন্ন উন্নয়ন পৰিষদসমূহ এনেকুৱা:
ক্ৰমিক নং | উন্নয়ন পৰিষদসমূহৰ নাম |
১ | বৰাক উপত্যকা পাৰ্বত্য জনজাতি উন্নয়ন পৰিষদ |
২ | শৰণীয়া কছাৰী উন্নয়ন পৰিষদ |
৩ | আমৰি কাৰ্বি উন্নয়ন পৰিষদ |
৪ | বংগ ভাষী উন্নয়ন পৰিষদ |
৫ | কলিতা উন্নয়ন পৰিষদ |
৬ | কাৰ্বি আংলঙৰ বাহিৰৰ কাৰ্বি জনগণৰ উন্নয়ন পৰিষদ |
৭ | ব্ৰাহ্মণ উন্নয়ন পৰিষদ |
৮ | জলহা উন্নয়ন পৰিষদ |
৯ | গৰিয়া উন্নয়ন পৰিষদ |
১০ | বৰ্মন ডিমাছা কছাৰী উন্নয়ন পৰিষদ |
১১ | অনুসূচীত জাতি উন্নয়ন পৰিষদ |
১২ | হিন্দী ভাষী উন্নয়ন পৰিষদ |
১৩ | চাহ বাগিচা আৰু প্ৰাক্তন চাহ বাগিচা কৰ্মী উন্নয়ন পৰিষদ |
১৪ | বিষ্ণু প্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদ |
১৫ | মাইমল উন্নয়ন পৰিষদ |
১৬ | মৰাণ উন্নয়ন পৰিষদ |
১৭ | মটক উন্নয়ন পৰিষদ |
১৮ | মৰিয়া উন্নয়ন পৰিষদ |
১৯ | গোৰ্খা উন্নয়ন পৰিষদ |
২০ | আদিবাসী উন্নয়ন পৰিষদ |
২১ | কোচ ৰাজবংশী উন্নয়ন পৰিষদ |
২২ | চুতীয়া উন্নয়ন পৰিষদ |
২৩ | নাথ যোগী উন্নয়ন পৰিষদ |
২৪ | টাই আহোম উন্নয়ন পৰিষদ |
২৫ | মেচ কছাৰী উন্নয়ন পৰিষদ |
২৬ | মণিপুৰী উন্নয়ন পৰিষদ |
২৭ | সাধাৰণ জাতি উন্নয়ন পৰিষদ |
২৮ | চিংফৌ (মান টাই) উন্নয়ন পৰিষদ |
২৯ | সূত উন্নয়ন পৰিষদ |
৩০ | কুমাৰ উন্নয়ন পৰিষদ |
৩১ | মদাহী উন্নয়ন পৰিষদ |
৩২ | হাজং উন্নয়ন পৰিষদ |
৩৩ | চাওদাং উন্নয়ন পৰিষদ |