অসম চৰকাৰে ২০১৭-১৮বৰ্ষত ৰাজ্যৰ অনুসূটীত জনজাতি অধ্যুষিত অঞ্চলৰ মুঠ ১২খন গাঁৱক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম্য যোজনাৰ পৰামৰ্শাৱলী অনুসৰি অগ্ৰাধিকাৰ/স্বাক্ষৰ প্ৰকল্পৰ অধীনত আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰিবৰ বাবে বাজেট আৱণ্টন কৰিছে। প্ৰতিখন গাঁও ৰূপান্তৰকৰণৰ বাবদ ৫০০লাখ টকাকৈ ধাৰ্য্য কৰা হৈছে যদিও ২০১৭-১৮বৰ্ষত মুঠ ১২০০লাখ টকা আৱণ্টিত কৰে (গাঁৱে প্ৰতি ১০০লাখ টকাকৈ)।
আদৰ্শ গাঁও স্থাপনৰ উদ্দেশ্য সমূহ তলত উল্লেখ কৰা হল:
আদৰ্শ গাঁও স্থাপনৰ বাবে তলত উল্লেখ কৰা পদক্ষেপ সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাব গ্ৰহণ কৰা হৈছে:
বহনক্ষমতা | জড়িত পৰিমাণ
|
উন্নত স্বাস্থ্য – গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান | ১২৫.০০ লাখ টকা |
বাস্তৱ আৰু তীক্ষ্ণ শিক্ষা | ১২৫.০০ লাখ টকা
|
সকলো অংশীদাৰৰ বাবে আৱাস নিৰ্মাণ আৰু জীৱিকাৰ বাবে দক্ষতা বৰ্ধন | ১২৫.০০ লাখ টকা |
বিশুদ্ধ খোৱা পানী আৰু সঠিক স্বাস্থ্যব্যৱস্থা | ১২৫.০০ লাখ টকা
|
পাৰিপাৰ্শ্বিক বহনক্ষমতা | ১২৫.০০ লাখ টকা
|
সমূদায় জড়িতকৰণ | জড়িত পৰিমাণ
|
গাঁও উন্নয়নৰ বাবে পৰিকল্পনা | ১২৫.০০ লাখ টকা
|
নিৰ্বাচিত প্ৰতিনিধিক সক্ৰিয় ভাৱে জড়িত কৰি পৰিকল্পনাৰ বাবে সম্পদ আহৰণ কৰা | ১২৫.০০ লাখ টকা
|
দায়বদ্ধতা বৃদ্ধি কৰিবলৈ চৰকাৰী পুঁজি ব্যৱহাৰৰ পৰ্য্যবেক্ষণ কৰা | ১২৫.০০ লাখ টকা
|
ব্যক্তিগত আৰু সমুহীয়া আচৰণক প্ৰভাৱিত কৰা | ১২৫.০০ লাখ টকা
|
প্ৰযুক্তি | জড়িত পৰিমাণ
|
চৰকাৰী সেৱা বিতৰণ কৰা | ১২৫.০০ লাখ টকা
|
কৃষকৰ সাহাৰ্য্যাৰ্থে আই.চি.টি. আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ | ১২৫.০০ লাখ টকা
|
সম্পদ মানচিত্ৰকৰণৰ বাবে ৰিমট চেন্সিং আৰু বৰ্তি থকা সমলৰ সঠিক ব্যৱহাৰ কৰা | ১২৫.০০ লাখ টকা
|
ভূমি অভিলেখৰ আধুনিকীকৰণ কৰা | ১২৫.০০ লাখ টকা
|
পি.ডি.এছ., বীমা, পেঞ্চন আদিৰ দৰে সেৱা সমূহক সঠিক ভাৱে লক্ষ্য কৰি লবৰ বাবে বায়মেট্ৰিক্সৰ ব্যৱস্থা | ১২৫.০০ লাখ টকা
|
সংযোগ ব্যৱস্থা | জড়িত পৰিমাণ
|
নগৰ আৰু অন্যান্য অঞ্চল সমূহৰ সৈতে পথ নিৰ্মাণৰ জৰিয়তে যোগাযোগ স্থাপন কৰা | ১২৫.০০ লাখ টকা
|
সহজ আৰু কম খৰচি যাতায়াতৰ ব্যৱস্থা কৰা | ১২৫.০০ লাখ টকা
|
ডিজিটেল সংযোগ আৰু মোবাইল সংযোগ স্থাপন কৰা | ১২৫.০০ লাখ টকা
|
অফ-গ্ৰীড নৱীকৰণযুক্ত উত্সৰ জৰিয়তে শক্তি সংযোগ বৃদ্ধি কৰা | ১২৫.০০ লাখ টকা
|
অৰ্থনৈতিক সংযোগ | ১২৫.০০ লাখ টকা
|
আদৰ্শ গাঁও সমূহ স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান সমূহ তলত উল্লেখ কৰা হল:
ক্ৰমিক নং | স্থান
|
১ | ডিব্ৰু চৈখোৱা
|
২ | বৰাক উপত্যকা
|
৩ | কাজিৰঙা
|
৪ | মাৰ্ঘেৰিটা
|
৫ | চানডুবি
|
৬ | গোলাঘাট
|
৭ | গহপুৰ
|
৮ | উল্টাপানী
|
৯ | বাক্সা
|
১০ | মাজুলী
|
১১ | বাকা, উত্তৰ গুৱাহাটী
|
১২ | মৰিগাঁও
|