মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

অনুচ্ছেদ ২৭৫(১) : আন্তঃগাঠনি উন্নয়ন কাৰ্য্যসূচী

ভাৰতৰ সংবিধানৰ ২৭৫(১) অনুচ্ছেদৰ অধীনত আন্তঃগাঁথনি উন্নয়ন আঁচনি। ভাৰতৰ সংবিধানৰ ২৭৫(১) অনুচ্ছেদৰ অধীনত জনজাতীয় অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া অনুদান। এই আঁচনিখন আই.টি.ডি.পি. আৰু এছ.ডি.ডব্লিউ.অ.ৰ অধীনত ৰাস্তা, দলং, বান্ধ, বিদ্যালয় গৃহ, ৰাজহুৱা গৃহ, সাংস্কৃতিক প্ৰকল্প, গ্ৰাম্য বৈদ্যুতিকীকৰণ আদি ৰূপায়ণ কৰা হয়।

Downloads
TitleSizeDetail
Consitutional Provisions of Article 275 1.pdf31.3 KBswf-image
ARTICLE 275 1.pdf1.76 MBswf-image