মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Department of Tribal Affairs (Plain) Directorate of Tribal Affairs (Plain)

আমি কি কৰো

  • সঞ্চালকালয়ে পিছপৰা খণ্ডৰ মানুহৰ প্ৰয়োজনীয়তাখিনি চৰকাৰক অৱগত কৰি সূচল কৰিবলৈ মাধ্যম হিচাপে কাম কৰে আৰু লগে লগে এনে চৰকাৰী অনুদানসমূহ ইয়াৰ বিভিন্ন অধীনস্থ কাৰ্যালয়, পৰিষদ, সন্থা আদিৰ সহায়ত কাৰ্যকৰীকৰণ কৰে।